Joined April 2013
11,364 Photos and videos
Your blood can be a lifeline for someone in need. As there is no substitute for blood, every donation has the power to save lives. Blood donation is not only an act of generosity but also a reflection of our collective responsibility towards society. On World Blood Donor Day, I express my heartfelt gratitude to all blood donors. Let us continue to spread awareness and make voluntary blood donation a people’s movement. #WorldBloodDonorDay #DonateBloodSaveLives
2
24
অসম চৰকাৰৰ চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰী কুলকমল বৰুৱা, উপাধ্যক্ষদ্বয়-- শ্ৰী জ্যোতিপ্ৰসাদ চুতীয়া আৰু শ্ৰী প্ৰাঞ্জল ৰাজখনিকৰ প্ৰমুখ্যে বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াৰ এটি প্ৰতিনিধি দলে আজি দিছপুৰত আমাক সাক্ষাৎ কৰে। সাক্ষাৎকালৰ কিছু মুহূৰ্ত 📸
4
79
Hon’ble Chief Minister Dr. @himantabiswa has consistently emphasized the timely and effective implementation of every government scheme aimed at public welfare. Introduced under his visionary leadership, the Guardian Minister Programme has emerged as a vital mechanism for strengthening governance and ensuring the efficient delivery of welfare initiatives across Assam. As the Guardian Minister for Kamrup (Metro) district, I chaired a comprehensive review meeting at the District Commissioner's office today to assess the progress of various welfare and developmental activities being undertaken in the district. The meeting reviewed the performance of key departments, including Panchayat & Rural Development, Agriculture, PHE, Animal Husbandry & Veterinary, Irrigation, Education, Social Welfare, Excise, Transport, PWD, APDCL, Health & Family Welfare, Guwahati Municipal Corporation and others. I stressed the need for timely execution of all projects and schemes so that their benefits reach the people without delay. I directed officials to ensure that no eligible beneficiary is deprived of government's initiatives and that all ongoing works are completed within the stipulated timelines. Special emphasis was also laid on the strict enforcement of Excise laws to curb the illegal sale and consumption of liquor. Officials were instructed to intensify measures against drink-and-drive violations, particularly during night hours, to enhance public safety. The meeting was attended by Hon’ble MLAs Shri Vijay Kumar Gupta, Dr. Tapan Das, District Commissioner Shri Swapneel Paul, Guwahati's Joint Commissioner of Police Shri Ankur Jain, Additional District Commissioners, DDC, Zila Parishad CEO, senior district officials from various departments, and other stakeholders.
3
10
176
I joined my esteemed Cabinet colleagues at the Assam Cabinet Meeting held at Lok Sewa Bhawan under the chairmanship of Hon’ble Chief Minister Dr. @himantabiswa. In a landmark decision aimed at strengthening rural governance and accelerating grassroots development, the Cabinet approved the full implementation of the VB-GRAM Act across Assam from 1st July. To ensure its effective rollout, the Government will provide financial support of ₹2,000 crore, with each Panchayat receiving an average of ₹1 crore. The implementation of VB-GRAM(G) will empower Panchayats with greater resources and responsibilities, enabling them to undertake need-based development works, improve local infrastructure, strengthen public service delivery, and ensure more responsive and accountable grassroots governance. The meeting also deliberated on and approved several other important initiatives aimed at furthering the state's development and enhancing public welfare.
2
11
403
Atul Bora retweeted
In today's meeting of the #AssamCabinet, we took some key decisions ✅VB-G RAM G to be implemented from July 1 🚫Aadhar issuance to 18 people banned. STs & Tea Garden community exempted till 31 March 2027 📈Guwahati Satellite Cities Development Authority to be established
14
73
259
8,120
Heartiest birthday greetings to Hon'ble Union Minister Shri @PiyushGoyal Ji. Praying for his long and healthy life in continued service of the nation.
4
61
Empowering women, transforming villages. Under the Lakhimi Mistri Initiative of Bokajan Development Block, rural women are not only building PMAY-G houses but also building a brighter future for themselves and their communities. By equipping women with masonry skills, this initiative creates sustainable livelihood opportunities, enhances financial independence, and ensures greater participation of women in rural development. Their contribution is helping accelerate the construction of quality houses under PMAY-G while inspiring countless others to become self-reliant.
1
1
8
166
India's youth are no longer just chasing jobs—they are creating them. Fueled by a thriving startup ecosystem, a new generation of entrepreneurs is driving innovation, generating livelihoods, and shaping a stronger, self-reliant India. From ideas to enterprises. From ambition to achievement. #12YearsOfYuvaShakti
1
4
87
বোকাখাতৰ ম'হ-মাইকী গাঁও নিবাসী, প্ৰাক্তন ফুটবল খেলুৱৈ, বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী দিবাকৰ শইকীয়া ডাঙৰীয়াই কিছুদিনৰ পূৰ্বে ইহলীলা সম্বৰণ কৰে। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ। প্ৰয়াত শইকীয়া ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম শান্তি!
7
254
বোকাখাতৰ ৪ নং ৱাৰ্ড নিবাসী, সেনা জোৱান দুৰ্লভ গগৈৰ অকাল বিয়োগৰ খবৰটোৱে পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনৰ লগতে আমাকো গভীৰভাৱে মৰ্মাহত কৰে। আজি দুৰ্লভৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পিতৃ শ্ৰী ক্ষীৰোদ গগৈ ডাঙৰীয়া সমন্বিতে শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰোঁ। প্ৰয়াত দুৰ্লভৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম শান্তি!
2
6
178
বোকাখাতৰ ৮ নং ৱাৰ্ড নিবাসী, ক্ৰীড়া সংগঠক, সুদক্ষ খেলুৱৈ তথা ইণ্ডিয়ান বেংক বোকাখাতৰ প্ৰাক্তন জ্যেষ্ঠ প্ৰবন্ধক ক্ষিতীশ চন্দ্ৰ দাস ডাঙৰীয়াই কিছুদিন পূৰ্বে ইহসংসাৰ ত্যাগ কৰে। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ। প্ৰয়াত দাস ডাঙৰীয়াৰ স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম শান্তি!
1
6
193
Deeply saddened by the demise of Abdul Sukur, the respected father of Shri Mehbub Alam, coach of cricketer Smt. Uma Chetry. Today, I visited his residence in Bokakhat and conveyed my heartfelt condolences to the bereaved family. I prayed for the eternal peace of the departed soul and for strength to the family in this time of grief.
8
230
বোকাখাতৰ ৪ নং ৱাৰ্ড নিবাসী টিকেন্দ্ৰজিৎ গগৈ ডাঙৰীয়াই কিছুদিন পূৰ্বে ইহসংসাৰ ত্যাগ কৰে। আজি গগৈ ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ। প্ৰয়াত গগৈ ডাঙৰীয়াৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম শান্তি!
5
114
বোকাখাতৰ ৩ নং ৱাৰ্ড নিবাসী, ধৰ্মপ্ৰাণ সৰবৰহী ব্যক্তি বিনন্দ দাস ডাঙৰীয়াৰ কিছুদিন পূৰ্বে পৰলোকপ্ৰাপ্তি ঘটে। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ। প্ৰয়াত দাস ডাঙৰীয়াৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম শান্তি!
7
115
বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী বানোৱাৰী লাল শৰ্মা ডাঙৰীয়াৰ দেহাৱসানে পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনৰ লগতে আমাকো মৰ্মাহত কৰে। আজি বোকাখাতৰ ১ নং ৱাৰ্ডস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ। প্ৰয়াত শৰ্মা ডাঙৰীয়াৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম শান্তি!
6
176
বোকাখাতৰ অগপৰ কৰ্মকৰ্তা শ্ৰী ৰাজীৱ চেত্ৰীৰ পৰম আৰাধ্যা মাতৃ শ্ৰীমতী হিমা চেত্ৰী ডাঙৰীয়ানীয়ে কিছুদিনৰ পূৰ্বে ইহসংসাৰ ত্যাগ কৰে। আজি বোকাখাতৰ ছগুৰি চহলাস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ। প্ৰয়াত আইগৰাকীৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম শান্তি!
2
133
অগপৰ কুৰুৱাবাহী আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদৰ সদস্য তিলক কুটুমে কিছুদিন পূৰ্বে ইহলীলা সম্বৰণ কৰে। আজি তেওঁৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰোঁ। প্ৰয়াত তিলকৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম শান্তি!
2
99
Deeply saddened by the tragic demise of Nomol Loying of Rajabari Bhakat Chapori, Bokakhat, who lost his life after being struck by lightning while working in the fields. Today, I visited his residence and met his bereaved family, including his wife, Smt. Bogimai Loying, to offer my heartfelt condolences. I prayed for the eternal peace of the departed soul and for strength to the family to bear this irreparable loss. The Circle Officer of Bokakhat, along with functionaries of the BJP & AGP, were also present on the occasion.
1
5
95
শিশু শ্ৰম মানৱতাৰ পৰিপন্থী এক জঘন্য অপৰাধ। নিষ্পাপ শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পৰিৱৰ্তে এক সুন্দৰ আৰু সুৰক্ষিত শৈশৱ উপহাৰ দিয়াটো প্ৰতিজন সচেতন নাগৰিকৰে কৰণীয় দায়িত্ব। শিশুৰ শৈশৱ বাধাহীন আৰু মসৃণ হ’লেহে দেশৰ ভৱিষ্যৎ উজ্জ্বল হ’ব। সেয়েহে, 'বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস'ত আহক আমি সকলোৱে শিশুৰ অধিকাৰ, শিক্ষা আৰু সুৰক্ষিত শৈশৱৰ পক্ষত একত্ৰিত হওঁ আৰু শিশু শ্ৰমমুক্ত সমাজ গঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ৷ #WorldDayAgainstChildLabour
2
5
94