To reveal, To inform. To move forward boldly and fearlessly.

Joined March 2019
12,639 Photos and videos
পুনৰ GI টেগ! গামোচাকেই সুৰক্ষিত কৰিব পৰা নাই GI টেগে। তেন্তে দেখুৱাবলৈহে দিয়া হয় নেকি GI টেগ?
1
41
ক্ষুদ্ধ ব্ৰাজিল ফুটবল দলৰ ড্ৰেচিং ৰূম! দল এৰি অকলেই হোটেললৈ ৰাওনা তাৰকা ফুটবলাৰ নেইমাৰ জুনিয়ৰ। ছন্দপতন ঘটিছে নেকি ব্ৰাজিল ফুটবল দলৰ?
18
পুনৰ বিশ্ববাসীৰ মন মুহিলে জাপানৰ দৰ্শকে। বিশ্বকাপ ফুটবলৰ মেচৰ শেষত পৰিষ্কাৰ কৰিলে ষ্টেডিয়াম। ফিফাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ষ্টেডিয়াম পৰিষ্কাৰৰ ভিডিঅ’।
1
27
ত্ৰিপুৰা নিৰ্বাচনত লাভ কৰিছিল মাত্ৰ ১,১৯৮ টা ভোট। ১.১৩ লাখ টকাৰ অনুদানেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল দলটোৱে। তিনি বছৰ পূৰ্বে গঠন হোৱা সৰু ৰাজনৈতিক দল NCPI ত শৰণাপন্ন TMC ৰ বিদ্ৰোহী সাংসদ। NCPI ত যোগদান কৰি NDA ক সমৰ্থন কৰিব TMC ৰ বিদ্ৰোহী গোটে। দলবাগৰা নেতাক প্ৰশ্ৰয় নিদিয়া NPCI ৰ স্ব- বিৰোধী স্থিতি।
4
394
নভৱাকৈয়ে শক্তিশালী হ’ল এটা দল। নামগোন্ধ নথকা দল হ’ল মোডীৰ ৰক্ষক! কিন্তু দলটোৰ নেতৃত্ব সুখীনে?
1
82
জয়পুৰত প্ৰতিবাদৰ সময়তে অভিজিৎ দীপকেৰ গালত চৰ। ক'কৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতে কোনো লোকে চৰ শোধায় প্ৰতিষ্ঠাপকগৰাকীক।
1
63
যুদ্ধৰ ছাঁৰ সিপাৰে এক নতুন জীৱনৰ আৰম্ভণি। শৰনাৰ্থী শিবিৰৰ পৰা ফিফা বিশ্বকাপৰ মঞ্চলৈ। শৰণাৰ্থী শিবিৰত জন্মগ্ৰহণ কৰা নেষ্ট’ৰি ইৰানকুণ্ডা অষ্ট্ৰেলিয়াৰ আটাইতকৈ কম বয়সীয়া গ’লদাতা। বায়াৰ্ন এৰি কেনেকৈ অষ্ট্ৰেলিয়াৰ হৈ ফিফা বিশ্বকাপ খেলিবলৈ সুযোগ লাভ কৰিলে ২০ বছৰীয়া খেলুৱৈগৰাকীয়ে?
30
নতুন ভাৰতত অৰ্থহীন হৈছে নিৰ্বাচন। বিজেপিৰ শাসনত মূল্যহীন হৈছে জনতাৰ ৰায়দান। জনতাৰ ৰায়দানৰ বিপৰীতে পঞ্জাৱত বিজেপিৰ ঘৰত ৭ গৰাকী সাংসদ। ভেটিহীন NCPIএ পশ্চিমবঙ্গত একেনিশাই পালে ২০জন সাংসদ।
1
4
117
সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বাবে নাই ৰাজসাহায্য। লোহিয়া, ভজনকা, ডালমিয়াক কোটি কোটি টকাৰ ৰাজসাহায্য। ৪ বছৰত চিমেণ্ট কোম্পানীক ৫৮ কোটি টকাৰ ৰাজসাহায্য। থলুৱা শিল্পৰ বাবে কিয় ৰাজসাহায্য দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই?
2
10
411
বগা হাতীত পৰিণত হোৱাৰ দিশে মোদী চৰকাৰৰ বিনামূলীয়া চিকিৎসাৰ আঁচনি। এটা এটা কমি আহিছে আয়ুষ্মান আঁচনিৰ সুবিধা। এফালে চৰকাৰী চিকিৎসালয়ত এশ এবুৰি সমস্যা আৰু আয়ুষ্মানৰ দীঘলীয়া প্ৰক্ৰিয়া।
2
7
345
বিজেপি নে ভস্মাসুৰ? BJP ৰ স্পৰ্শ মানেই ৰাজনীতিত পতন। বহতীয়া হ’ল বাঘা বাঘা ৰাজনীতিক। কিন্তু সকলো এতিয়া। বিপন্ন —বিধ্বস্ত।
4
309
অভিশপ্ত শনিবাৰ! যোৰহাটৰ ৰৰৈয়াত ভাঙি দুটুকুৰা হ’ল বায়ুসেনাৰ AN-32 বিমান! বিমান দুৰ্ঘটনাত ছহিদ ৫ জনকৈ জোৱান। ৬ মাহত দেশত ৫ খনকৈ বায়ুসেনাৰ বিমান দুৰ্ঘটনা। কিয় বাৰে-বাৰে দেশত সংঘটিত হৈ আছে বায়ুসেনাৰ বিমান দুৰ্ঘটনা?
1
60
ৰিফ পাহাৰৰ দৰিদ্ৰতা, স্পেইনৰ প্ৰভাৱ আৰু মৰক্কো ফুটবলৰ বিপ্লৱ। স্পেইনৰ ছাঁত কেনেকৈ গঢ় লৈ উঠে মৰক্কোৰ ফুটবল? ৬ জন স্পেইনত জন্মগ্ৰহণ কৰা তাৰকা ফুটবলাৰে খেলিব মৰক্কোৰ হৈ বিশ্ব ফুটবলত কেনেকৈ উত্থান ঘটিল মৰক্কো ফুটবল দলৰ?
2
56
ED, CBIৰ ভয়ত তৃণমূল এৰিছে সাংসদ-বিধায়কে! বিদ্ৰোহী নেতাৰ সুৰক্ষাৰ নিশ্চিতি দিছে অন্ধ্ৰৰ সাংসদে! তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহৰ আঁৰত অন্ধ্ৰৰ বিজেপি সাংসদ! তৃণমূলৰ বিদ্ৰোহত জুই দিয়া কোন এই চিএম ৰমেশ?
3
109
TMC ধ্বংসই শক্তিবৃদ্ধি কৰিব বিজেপি নেতৃত্বাধীন এন ডি এৰ। TMC ৰ ২০ সাংসদে যোগদান কৰিব এন ডি এত! এনে পৰিস্থিতিত সংসদত এন ডি এৰ সাংসদৰ সংখ্যা ৩১৩ লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনাই অধিক। ফলশ্ৰুতিত সংসদত শক্তি হ্ৰাস পাব বিৰোধীৰ। সমষ্টি পুনৰ-নিৰ্ধাৰণ বিধেয়কো সংসদত অনায়াসে গৃহীত হোৱাৰ সম্ভাৱনাই অধিক।
75
ধ্বংসৰ গৰাহত মাতৃভাষা মাধ্যমৰ বিদ্যালয়! বন্ধৰ দিশে ৰাজ্যৰ সহস্ৰাধিক প্ৰাথমিক বিদ্যালয়। বিদ্যালয় একত্ৰীকৰণৰ নামত ধ্বংসযজ্ঞৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ। শিক্ষাৰ্থীৰ অভাৱৰ দোহাই দি বিদ্যালয় বন্ধৰ বাবে তৎপৰ চৰকাৰ। বিদ্যালয় একত্ৰীকৰণৰ বাবে জাননী জাৰি শিক্ষা সঞ্চালকালয়ৰ।
1
2
62
ভূমিৰ পাছত এইবাৰ উত্তৰ পূৱৰ ভূ- গৰ্ভত চকু কেন্দ্ৰৰ। অসম – নাগালেণ্ডৰ ভূ-গৰ্ভত চলিব খনিজ সম্পদৰ সন্ধান। তৈল ভাণ্ডাৰৰ বাবে নাগালেণ্ডৰ ভূমিত চলিব খনন। তৈল- গেছৰ উপৰি মূল্যবান সম্পদৰ আহৰণ কৰিব কেন্দ্ৰই। উত্তৰ – পূৱৰ সম্পদে পূৰাব ভাৰতবৰ্ষৰ চাহিদা। অসম- নাগালেণ্ডৰ বুজাবুজিৰ চুক্তিৰ আঁৰত আচলতে কি? অমিত শ্বাহৰ সংবাদমেলত ফাদিল হ’ল ৰহস্য।
4
475
পশ্চিমবঙ্গত জ্বলি ভস্মীভূত গণতন্ত্ৰ। সন্দেহজনক জুইত জাহ গ’ল ৪ হাজাৰ ইভিএম। দক্ষিণ কলকাতাত জ্বলি শেষ হ’ল ১০ সমষ্টিত ব্যৱহৃত EVM। নিউ ৰাজঘাটৰ ভোটচুৰিৰ অভিযোগৰ মাজতে ৰহস্যজনক অগ্নিকাণ্ড।
5
138
ফৰিং ছিটকা দিছে বিসম্বাদী সাংসদে! বিসম্বাদী কাকলি একপ্ৰকাৰ। নিসংগ! এইবাৰলৈ ৰক্ষা পৰিব নেকি মমতা বেনাৰ্জীৰ তৃণমূল?
1
1
1
56
মেক্সিকোত উদ্বোধনী মেচৰ নায়ক ৰাউল জিমেনেজ। আঘাতত লাওখোলা ফাটি যোৱাৰ পৰা উদ্বোধনী মেচৰ দুৰ্দান্ত হেডাৰলৈ
1
48