কালি গোৱালপাৰা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সদ্য প্ৰাক্তন সভাপতি ভৃগু ৰঞ্জন ৰাভা ডাঙৰীয়াৰ নিজ বাসগৃহত উপস্থিত হৈ অনাগত সময়ত নিজ দায়িত্ব সুচাৰুৰূপে পৰিচালনাৰ বাবে তেখেতৰ সহায়-সহযোগিতা তথা মাৰ্গ দৰ্শন বিচৰাৰ লগতে বিভিন্ন দিশত তেখেতৰ সৈতে আলোচনাত মিলিত হওঁ।