সু-স্বাস্থ্যই জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্পদ..
গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত চানমাৰীস্থিত অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আয়োজিত মেগা স্বাস্থ্য শিবিৰ"শুশ্ৰূষা সেতু"ৰ মাননীয় বিধায়ক শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ উপস্থিতিত অংশগ্ৰহণ কৰি শুভউদ্বোধন কৰোঁ।