The world needs more voices standing alongside humanity. We're one of those voices who speaks for the interest of our brotherhood & sisterhood.

Joined December 2021
2,847 Photos and videos
যোৰহাটৰ ৰৰৈয়াৰ বিমান দুৰ্ঘটনাত ৫জন জোৱানৰ কৰুণ মৃত্যু।দুৰ্ঘটনাত পতিত হৈছিল ভাৰতীয় বায়ু সেনাৰ AN32 বিমান। #AirForcrJetCrash #Jorhat #Assam #death
1
20
Khar is more than a dish; it's a culinary tradition of Assam. Made using natural alkaline extract from banana peel ash, it reflects the simplicity and heritage of Assamese cuisine. #AssameseCuisine #Khar #Assam
15
লীলা ৰয়, স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ, ৰাজনীতিবিদ আৰু নাৰীবাদী চিন্তাবিদ হিচাপে তেওঁ নিজৰ সমগ্ৰ জীৱন দেশসেৱা, সমতা আৰু নাৰী মুক্তিৰ আদৰ্শত উৎসৰ্গা কৰিছিল। Read more.. #leelaroy #freedomfighter #equality #womenempoweringwomen thecriticalscript.com/articl…
1
10
ওমান উপকূলৰ ওচৰত আমেৰিকাৰ সামৰিক কাৰ্য্যত 'MT Settebello' তৈলবাহী জাহাজত থকা ৩ জন ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু। নিহতসকলৰ ভিতৰত হিমাচল প্ৰদেশৰ আদিত্য শর্মা, শিৱানন্দ চৌৰাছিয়া আৰু পাটনালা সুৰেশ আছে। ঘটনাই গভীৰ শোকৰ সৃষ্টি কৰিছে। #Oman #IndianSailors‍killed #America
18
Where the sky meets the horizon and nature reveals its finest canvas. A trek to Nakkati Hill is rewarded with breathtaking sunsets, cool mountain breezes, and panoramic views across Lower Assam. Visit our website 👇 thecriticalscript.com/ #NakkatiHill #AssamTourism
14
Wars do not stop, economies do not cease functioning, and politics continue their relentless march. Yet for a month, billions of people across continents become united by a single event. Read more thecriticalscript.com/articl… #FIFAWorldCup2026
1
6
🚨২০২৪ আৰু ২০২৫ বৰ্ষৰ ‘সংগীত নাটক একাডেমী বঁটা’ ঘোষণা।অসমৰ কেইবাগৰাকী বিশিষ্ট শিল্পীলৈ একাডেমী বঁটা প্ৰদান কৰা হয়।সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অবদানৰ বাবে প্ৰেম ওজা বৰবায়নলৈ ২০২৪ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। Visit our website 👇 thecriticalscript.com/ #sahityaacademy
1
1
7
কথক নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে আৰু অভিনয় ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে চেতনা দাসৰ লগতে সত্ৰীয়াত আগবঢ়োৱা অৱদানৰ বাবে মল্লিকা কন্দলীলৈ আৰু ভাস্কৰজ্যোতি ওজালৈ ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়।
3
অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ হাফলং আৰু জাতিংগা এনে কিছুমান ঠাই যিয়ে প্ৰকৃতি, সংস্কৃতি আৰু ৰহস্যৰ এক অনন্য সংমিশ্ৰণ আগবঢ়ায়। Read more... thecriticalscript.com/articl… #dimahasao #Assam #jatinga #haflong #mysteriousplace
2
10
Long before cinema, television, and social media transformed entertainment, the people of #Assam gathered in village courtyards, temple premises, and open fields to witness stories come alive through music, narration, and moving puppets. #putolanach thecriticalscript.com/articl…
25
গুৱাহাটীত শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে আবণ্টন দিয়া ১০.৩৩ একৰ ভূমিৰ দখল আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে টিটিডিয়ে। ভূমি হস্তান্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰকল্পৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ হোৱাৰ পথ মুকলি হ’ল। #SriVenkateswaraTemple #AssamGovt
1
5
Puppet Dance is one of Assam’s oldest and most unique traditional folk theatre arts. click here 👇 thecriticalscript.com/articl… #Assam #PuppetDance #PutolaNach #AssamCulture
1
12
পাইক প্রথা আহোমসকলৰ ৰাজত্ব কালত প্রচলিত এক প্রথা।আহোমসকল ১২২৮ খ্রীষ্টাব্দত অসমলৈ অহাৰ পিছত এই প্ৰথাৰ প্ৰচলন কৰে। Visit our website — click here 👇 thecriticalscript.com/ #Ahomkingdom #Ahom #history #TheCriticalScript #Assam
8
🇮🇳অসম সন্তান মেজৰ ভাৰ্গৱ কলিতাৰ বুকুত ‘শৌৰ্য চক্ৰ’ #majorbhargavkalita #shauryachakra #india #Assam #TheCriticalScript
11
🚨মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ঘোষণা কৰে যে ২০২৬ চনৰ ১৭ নৱেম্বৰত গুৱাহাটীত কিংবদন্তি ৰক বেণ্ড ‘Guns N' Roses' এ অনুষ্ঠান পৰিৱেশন কৰিব। #gunsnrosesconcert #Assam #himantabiswasarma
1
20
অসমৰ শিৱসাগৰ জিলাৰ জয়সাগৰত অৱস্থিত ঐতিহাসিক তলাতল ঘৰ সংলগ্ন অঞ্চলত আছে এটি ব্যতিক্ৰমী ব্যক্তিগত সংগ্ৰহালয়, নাম উত্তৰণ। Read more.. #durlovborah #museum #sivsagar #historic #Assam thecriticalscript.com/articl…
8
🚨জল্পনা কল্পনাৰ অন্ত পেলাই বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ। পূৰ্বে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে। আজি নতুনকৈ শপত লোৱা ১২গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে। #assam #newcabinet #himantabiswasarma
13
Among the many royal dynasties that shaped the history of Southeast Asia, few can claim a legacy as ancient and enduring as the Ningthouja Dynasty of Manipur. Read more... #manipur #ningthoujadynasty #history thecriticalscript.com/articl…
22
Assam’s traditional homes are a testament to indigenous engineering. Crafted from bamboo, wood, and mud, these structures balanced sustainability, and resilience, proving that living in harmony with nature is not a new idea but a timeless one. #AssamHeritage
13