नियत अच्छी हो और मेहनत सच्ची हो तो कामयाबी जरूर मिलती हैं !

Joined February 2022
637 Photos and videos
আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ ﷺক লৈ কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনালোঁ। সামাজিক সম্প্ৰীতি আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰা এনে বিষয়সমূহ গুৰুত্বসহকাৰে তদন্ত হোৱাটো প্ৰয়োজন। @assampolice @DGPAssamPolice @CMOfficeAssam
17

14
📍 দিল্লীৰ জন্তৰ মন্তৰত আজি Gen-Z আন্দোলনৰ ব্যাপক প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত হৈছে। শিক্ষা ব্যৱস্থাৰ বিভিন্ন অনিয়ম আৰু পৰীক্ষা-সংক্ৰান্ত বিতৰ্কৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। #GenZProtest
18
"Resign Dharmendra Pradhan.. Resign Modi" The calls from Gen Z at CJP protest in Jantar Mantar today. Crowd is now pouring in. Those bootlickers of BJP who wanted to brush this aside as irrelevant and miniscule are going to have a sleepless night today!
113
এনেদৰেই হাতত কিতাপ লৈ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰিবৰ বাবে আমেৰিকাৰ পৰা আহি উপস্থিত হৈছে কোকৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে #CJP
25
Jantar mantar gen z protest

152

8
Naziii retweeted
‘शिक्षा मंत्री को इस्तीफा देना चाहिए’ दिल्ली एयरपोर्ट पहूँचे CJP चीफ @abhijeet_dipke. @Cockroachisback
72
797
2,748
48,640
Naziii retweeted
“आज भारतीय राजनीति में एक बहुत ऐतिहासिक दिन है जब देश का युवा अपने हक़ के लिए खड़ा हुआ है” कॉकरोच जनता पार्टी के प्रवक्ता-सौरभ
88
749
3,227
26,467
Naziii retweeted
प्रदर्शन में कोई भी असामाजिक तत्व दिखे तो बताएं कॉकरोच; का प्रवक्ता मीडिया को गुलाब देते हुए बोले
14
64
971
নবীজী(ছ:)ৰ বাবে কেৱল প্ৰতিবাদ নহয় প্ৰাণ দিবলৈ প্ৰতিগৰাকী মুছলিম প্ৰস্তুত। এই কথা অসম আৰক্ষীয়ে যিমান সোঁনকালে উপলব্ধি কৰিব পাৰিব সিমান ভাল।
5
হজৰত মহম্মদ স্বাল্লাল্লাহু তাআ’লা আ’লাইহি ৱা ছাল্লামক লৈ বিতৰ্কিত পোষ্ট 'হীৰেন হিন্দু অসম' নামৰ ফেচবুক ব্যৱহাৰকাৰীৰ৷ তীব্ৰ প্ৰতিবাদ জনালোঁ৷ @assampolice @DGPAssamPolice @himantabiswa
20
চিকিৎসাৰ ক্ষেত্ৰত ধৰ্মীয় বিভাজন অতি চিন্তনীয়। “হিন্দু প্ৰাৰ্থী মাত্ৰ” ধৰণৰ বিজ্ঞাপনৰ নিৰপেক্ষ তদন্ত হওক। @MoHFW_INDIA @India_NHRC @CMOfficeAssam @himantabiswa #StopDiscrimination #HumanityFirst
27
লোকজনৰ নামটো কিয় প্ৰচাৰ নকৰে? "লোকজন" বুলি কিয় প্ৰচাৰ কৰি আছে? দুৰ্ধৰ্ষ দূস্কৃতিকাৰী বুলি কিয় নকয়? সংবাদমাধ্যমে মানুহৰ নামৰ ওপৰত ভিত্তি কৰি অপৰাধী সকলক শ্ৰেণীবিভাজন কৰি প্ৰচাৰ কৰে। অপৰাধীক অপৰাধী হিচাপে প্ৰচাৰ কৰা উত্তম। লোকজন চিনাকি নে অচিনাকি সেয়া জনাওক।
10
মুখ্যমন্ত্ৰী হিচাপে পুনৰ দায়িত্ব গ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক শুভেচ্ছা। সংবিধানৰ শপত মানে সকলো নাগৰিকৰ অধিকাৰ আৰু গণতন্ত্ৰৰ সুৰক্ষা — এই দায়িত্ব সদায় স্মৰণত থাকক।
6
সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ প্ৰতি সন্মান বজাই ৰখাটো আমাৰ দায়িত্ব। ফেচবুকত ঘৃণামূলক মন্তব্য কৰা সকলৰ বিৰুদ্ধে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰক। @CMOfficeAssam @assampolice @DGPAssamPolice @himantabiswa
9
Naziii retweeted
अब क्या सत्ताधारी राजनीति को पाताल से भी नीचे ले जाएंगे। देश के राजनीतिक इतिहास का ये एक घनघोर ‘काला दिन’ है। आज पूरा देश आक्रोशित है और लोकतंत्र व्यथित। चुनावी व्यवस्था के नाम पर केंद्रीय बलों का जो दुरुपयोग मतगणना में आज बंगाल में हुआ है, ठीक वैसा ही घपला 2022 के यूपी विधानसभा चुनाव में अधिकांश जगह किया गया था, जिसकी साक्षात गवाह कन्नौज की विधानसभाएं थीं। फिर इसी निंदनीय मॉडल को फ़र्रुख़ाबाद के 2024 लोकसभा चुनाव में दोहराया गया था। सब जानते हैं क्या हुआ है और सच क्या है और जनमत की खुली लूट कैसे हुई है। घोर, घोर, घोर निंदनीय!!!
4,453
8,652
35,946
1,185,329
অহা কাইলৈ বিধানসভা সমষ্টিৰ ভোট গণনাৰ দিন, মঙলদৈ বিধানসভা সমষ্টিত কোনে মাৰিব শেষ হাহি ? কমেন্ট যোগে জনাওক আপোনাৰ মতামত। ৰিজুমণি তালুকদাৰ ( কংগ্ৰেছ প্ৰাৰ্থী) নিলিমা দেৱী ( বিজেপি প্ৰাৰ্থী) #AssemblyElection2026 #Mangaldoi
9