In the times when negativity is becoming a USP in the news business, Awaz -The Voice (awazthevoice.in) has been bringing out positive stories

Joined November 2021
8,796 Photos and videos
NEWS || যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত জোৱানসকল শ্ৰদ্ধাঞ্জলি ভাৰতীয় বায়ুসেনাৰ; গৃহজিলালৈ প্ৰেৰণ জোৱানসকলৰ নশ্বৰদেহ Read more: assam.awazthevoice.in/india-… #indianairforce #soldier #soldierlife #jorhatdistrict #AirCrashInvestigation
1
4
NEWS || গুৱাহাটীৰ গ্ৰীণ বাছৰ উইণ্ডশ্বিল্ডত চালকে অনুজ্ঞাপত্ৰ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক Read more: assam.awazthevoice.in/storie… #CityBusService #ASTC #AssamPolice #TrafficRules
1
1
6
🚨যোৰহাটৰ বিমান দুৰ্ঘটনাৰ এই দৃশ্যই বুকু কঁপাই তুলিছে সকলোৰে 🚨চিচিটিভি কেমেৰাত আৱদ্ধ হৈছে এই ভয়ংকৰ দৃশ্য 🚨ঘটনাত কৰুণভাৱে মৃত্যু ঘটে ৫ গৰাকী জোৱানৰ 🚨চাওক এই ভিডিঅ’ #Jorhat #Assam #IndianAirForce #IAF #PlaneCrash #An32 #AssamNews #NewsUpdate #যোৰহাট #অসম #AssameseNews #IndianArmy
1
26
🔹ৰণক্ষেত্ৰত পৰিণত বিহাৰৰ পাটলিপুত্ৰ ষ্টেচন! 🔹ৰে’ল পলম হোৱাৰ বাবেই উগ্ৰমূৰ্তি ধাৰণ কৰিলে পৰীক্ষাৰ্থীয়ে 🔹আবকাৰী বিভাগৰ পৰীক্ষা দিবলৈ যোৱা পৰীক্ষাৰ্থীয়ে লণ্ডভণ্ড কৰিলে ষ্টেচন #PatliputraStation #BiharNews #StudentProtest #IndianRailways #RailwayPolice #BiharPoliceExam #ViralVideo #AssameseNews #AssameseReels
1
18
🔹"চালান নকটাকৈ যাব নোৱাৰিব" 🔹আৰক্ষীক আইন শিকালে সাধাৰণ জনতাই! 🔹হেলমেট নিপিন্ধা আৰক্ষীক ৰাজপথত ঘেৰাও কৰিলে সচেতন নাগৰিকে 🔹পশ্চিম বংগৰ এই দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল! #WestBengal #TrafficRules #Awareness #ViralVideo #CommonManPower #LawAndOrder #AssameseNews #AssameseReels
1
1
11
🚨ৰে’লপথত ভয়ংকৰ খেল! 🚨বিহাৰৰ হাজীপুৰত এই চাঞ্চল্যকৰ দৃশ্য! 🚨মাতৃয়ে নিজেই সন্তানক ৰে’লৰ চিৰিত শিল থ'বলৈ দিছে উদগনি 🚨বাধা দিয়াত ওলোটাই দিলে ভাবুকি! 🚨সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’ #RailwaySafety #BiharNews #Hajipur #ViralVideo #IndianRailways #SafetyFirst #PublicAwareness #AssameseNews #AssameseReels
1
8
NEWS FEATURE || হায়দৰাবাদৰ সাংস্কৃতিক আৰু উদ্যমী পটভূমিৰ পুনৰ সংজ্ঞা নিৰূপণ কৰা দহগৰাকী মহিলা Read: assam.awazthevoice.in/-news/… #entrepreneurship #Telangana #Hyderabad #womenentrepreneurs #Muslimwomen #parvaaz @hydmuslims @wep_community @imwcollective @HyderabadWomen @AssamAwaz
1
1
24
NEWS || ২৮ বছৰৰ অন্তত বিশ্বকাপলৈ নৰৱেঃ খেলুৱৈৰ বাবে লগত গ'ল ৩০০ কেজি মাছ আৰু ১১৬ কেজি চিজ Read: assam.awazthevoice.in/sport-… #Fifaworldcup2026 #football #norway #fish #cheese #worldcupfootball #norwayfood @FIFAWorldCup @norway_football @NorwayFoot @footballassam @AssamAwaz
1
1
19
NEWS FEATURE || এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী আফগান মহিলা জাকিয়া আহমেদ Read: assam.awazthevoice.in/youth-… #MtEverest #MountEverest #Everester #ZakiaAhmed #mountaineering #afghanistan #sportclimbing @mteverest @MtEverest_ @IndianMtrgFdn @HMIDarjeeling @afmountian @AssamAwaz
1
1
2
NEWS || জাহাজসমূহক হৰমুজ প্ৰণালী পথ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে IRGCয়ে Read more: assam.awazthevoice.in/world-… #HormuzStrait #unitedstateofamerica #IRGC #ship
1
12
NEWS || ৯২ বছৰৰ অভিলেখ অটুট ৰাখিলে ব্ৰাজিলে; বিশ্বকাপৰ প্ৰথমখন মেচত মৰক্কোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ' Read more: assam.awazthevoice.in/sport-… #FIFAWorldCup #brazilfootball #moroccofootball
1
1
15
NEWS || অসমত ব্লাড বেংকিং সুবিধা আৰু সজাগতাৰ পদক্ষেপক শক্তিশালী কৰিছে: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা Read more: assam.awazthevoice.in/india-… #AssamCM #HimantaBiswaSarma #WorldBloodDonorDay
1
1
5
NEWS || একৰাহে ১৫ দিন আৰৱ সাগৰত সাঁতুৰিব আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ জলকোঁৱৰ এলভিছ আলী হাজৰিকাই Read more: assam.awazthevoice.in/lifest… #elvisalihazarika #swimmer #swimmerlifestyle #arabiansea #AssamCM #HimantaBiswaSarma
1
1
7
NEWS FEATURE || ৰাজমিস্ত্ৰীৰ সহযোগীৰ পৰা ব্ৰাজিলৰ বিশ্বকাপৰ সপোন: ইগৰ থিয়াগোৰ অবিশ্বাস্য কাহিনী Read: assam.awazthevoice.in/sport-… #fifaworldcup2026 #igorthiago #mason #brazil #football @igorthiagoBrZ @brazilsoccertm @FIFAWorldCup @footballassam @AssamAwaz
1
1
9
NEWS FEATURE || বয়সৰ বাধা নেওচি জ্ঞানৰ সন্ধান; পিএইচডি সন্মানেৰে উজলি উঠিল মদিনাত অৱস্থিত মছজিদ-এ-নৱবীৰ প্ৰাক্তন ইমাম Read: assam.awazthevoice.in/person… #masjidenawbi #medina #madinah #PhDdegree #imam #saudiarabia #highereducation @Madinah_M @MasjidNabwi @HigherEduGovZA @AssamAwaz
1
1
9
🔶বাৰাণসী আদালতত জিলা ন্যায়াধীশগৰাকী ছুতীত থকাৰ সুযোগ লৈ এগৰাকী মহিলাই ন্যায়াধীশৰ আসনত বহি নিজকে বিচাৰক বুলি ঘোষণা কৰে 🔶মহিলাগৰাকীয়ে ফাইল পত্ৰ দাবী কৰি নিৰ্দেশ জাৰি কৰিবলৈ লওঁতেই আদালতৰ কৰ্মচাৰী আৰু আৰক্ষীয়ে তেওঁক জিম্মাত লয় 🔶এই ঘটনাই আদালত চৌহদৰ সংৰক্ষিত এলেকাত সাধাৰণ লোকৰ প্ৰৱেশক লৈ সুৰক্ষা ব্যৱস্থাৰ ডাঙৰ আসোঁৱাহ প্ৰকট কৰিছে আৰু বৰ্তমান ইয়াৰ তদন্ত চলি আছে #Varanasi #India #DistrictJudges
1
5
🔶যোৰহাটৰ ৰৰৈয়াৰ বায়ু সেনাৰ ঘাটিত বিমান দুৰ্ঘটনা 🔶বিমানখনৰ দুৰ্ঘটনাৰ ফলত হয় ভয়ংকৰ বিস্ফোৰণ 🔶অৱতৰণৰ পাছতে দুৰ্ঘটনাতপতিত AN32 বিমান 🔶বিমানখন আছিল ৪৩ স্কোৱাড্রোনৰ #Jorhat #AirCrash #Assam #IndianArmy
1
41
NEWS FEATURE || মৃত্যুভয়কো নেওচি অপাৰেচন সেন্দূৰত বিক্ৰম; ‘বীৰ চক্ৰ’ সন্মানেৰে বিভূষিত মণিপুৰৰ সন্তান ৰিজৱান মালিক Read: assam.awazthevoice.in/person… #operationsindoor #rizwanmalik #virchakra #manipur #birchakra #indianarmy #indianairforce #bravery @mygovindia @IAF_MCC @IndiasHeroes @OpSindoorX @gloryatanycost @AssamAwaz
1
1
20
NEWS || ত্ৰিপুৰাত CAAৰ অধীনত তিনিজন ব্যক্তিক নাগৰিকত্ব প্ৰদান Read More: assam.awazthevoice.in/india-… #Tripura #CAA #citizenship #indian
1
6